అర్థం : নৱবিধ ৰত্নৰ এবিধ ৰঙা মূল্যবান পাথৰ
ఉదాహరణ :
সোণ, ৰূপ, মাণিকেৰে ৰজা দশৰথৰ ভঁ্ৰাল ভৰি আছিল
పర్యాయపదాలు : মণি-মাণিক্য, মাণিক
అర్థం : বিন্ধা কৰিও পিন্ধিব পৰা এবিধ ৰত্ন
ఉదాహరణ :
সীমাই মণিৰ মালা পিন্ধিছে
అర్థం : চকুৰ মাজভাগত থকা গোল কʼলা অংশ:চকুৰ ভিতৰৰ এটা অতি কোমল আৰু গুৰুত্বপূর্ণ অংশ হʼল চকুৰ মণি
ఉదాహరణ :
పర్యాయపదాలు : অক্ষিগোল, অক্ষিতাৰকা, চকুৰ মণি, নেত্রতাৰকা, নয়নতৰা, নয়নমণি