అర్థం : বিশেষ অৱস্থাত কাম কৰিবলৈ অথবা কর্তব্য বা দায়িত্ব পূৰণ কৰিবলৈ কাৰোবাক দিয়া অনুমতি
ఉదాహరణ :
পৰীক্ষাত কেলকুলেটৰ ব্যৱহাৰৰ সুযোগ দিয়া হৈছে
పర్యాయపదాలు : অনুজ্ঞা দান, সন্মতি, সুযোগ
అర్థం : স্বীকাৰ কৰাৰ কার্য ্ বা ভাব
ఉదాహరణ :
ভাৰত চৰকাৰে এই যোজনাটো আৰম্ভ কৰাৰ কাৰণে অনুমতি প্রদান কৰিছে
పర్యాయపదాలు : অনুমতি