పేజీ చిరునామాను కాపీ చేయండి ట్విట్టర్‌లో భాగస్వామ్యం చేయండి వాట్సాప్‌లో భాగస్వామ్యం చేయండి ఫేస్బుక్లో భాగస్వామ్యం చేయండి
గూగుల్ ప్లే లో పొందండి
ఉదాహరణలు, పర్యాయపదాలు మరియు వ్యతిరేక పదాలతో অসমীয়া నిఘంటువు నుండి মঞ্জুৰ అనే పదం యొక్క అర్థం.

মঞ্জুৰ   বিশেষ্য

అర్థం : কোনো কথা বা বিচাৰত উপস্থিত বা সম্বন্ধ থকা সকলো লোকে একেটা কথাতে সন্মতি দিয়া এক পৰিস্থিতি

ఉదాహరణ : সর্বসন্মতিৰে ৰামক এই সংস্থাটোৰ সচিব নি্র্বাচন কৰা হৈছে

పర్యాయపదాలు : অনুমোদন, সমর্থন, সর্বসন্মতি

అర్థం : নিজৰ কৰা বা গ্রহণ কৰা কার্য

ఉదాహరణ : বিবাহৰ দুবছৰ পিছতো বৰুণে নিজৰ পত্নীক স্বীকাৰ কৰিব নোৱাৰিলে

పర్యాయపదాలు : গ্রহণ, স্বীকাৰ

মঞ্জুৰ   বিশেষণ

అర్థం : যাৰ সহমত লাভ কৰিছে

ఉదాహరణ : চৰকাৰৰ দ্বাৰা স্বীকৃত এই আঁচনিখন অতি সোনকালে আৰম্ভ হʼব

పర్యాయపదాలు : অনুমোদনপ্রাপ্ত, অনুমোদিত, সমর্থন্্প্রাপ্ত, স্বীকৃত