అర్థం : পৰিশ্রম কৰাৰ বিনিময়ত বা পাৰিতোষিক হিচাপে দিয়া বিশেষ ধন
ఉదాహరణ :
উচিত পাৰিশ্রমিক নোপোৱাৰ কাৰণে শ্রমিকে হৰতাল কৰি আছে
పర్యాయపదాలు : পাৰিশ্রমিক
అర్థం : মজদুৰে পোৱা পাৰিশ্রমিক
ఉదాహరణ :
তেওঁ প্রতিদিন এশ টকা মজুৰি লয়
అర్థం : পাৰিশ্রমিকৰ দান
ఉదాహరణ :
ঠিকাদাৰে খান্তাটোৰ মজুৰি এহেজাৰ টকা বিচাৰিছে
పర్యాయపదాలు : পাৰিশ্রমিক, বানচ