అర్థం : দাইল হিচাপে খোৱা এক ৰঙচুৱা সৰু বীজৰ মাহজাতীয় গছ
ఉదాహరణ :
খেতিয়কে মচুৰ মাহৰ গছ চপাইছে
పర్యాయపదాలు : মচুৰ গছ, মচুৰ মাহৰ গছ
అర్థం : দাইল হিচাপে ৰান্ধি খোৱা এক প্রকাৰ দ্বি-উত্তল বীজ
ఉదాహరణ :
বৈদ্যশাস্ত্রত মচুৰ মাহক কফনাশক, পিত্তনাশক, জ্বৰনাশক বুলি কোৱা হৈছে
పర్యాయపదాలు : মচুৰ মাহ