సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : দীঘল ফিচা থকা আৰু চালি ধৰিব পৰা এবিধ অতি ধুনীয়া চৰাই
ఉదాహరణ : মʼৰা ভাৰতৰ ৰাষ্ট্রীয় চৰাই
పర్యాయపదాలు : কলাপী, কেকী, বর্হিন, বর্হী, মʼৰা চৰাই, ময়ুৰ, শিখণ্ডী, শিখাধৰ, শিখাবল, সর্পহিংসক, সিতাপাঙ্গ
అర్థం : মʼৰা চৰাইৰ মাইকী
ఉదాహరణ : এই চিৰিয়াখানাত এজনীও মাইকী মʼৰা নাই
పర్యాయపదాలు : মাইকী মʼৰা, মাইকী ময়ূৰ, ময়ূৰী
ఆప్ స్థాపించండి