పేజీ చిరునామాను కాపీ చేయండి ట్విట్టర్‌లో భాగస్వామ్యం చేయండి వాట్సాప్‌లో భాగస్వామ్యం చేయండి ఫేస్బుక్లో భాగస్వామ్యం చేయండి
గూగుల్ ప్లే లో పొందండి
ఉదాహరణలు, పర్యాయపదాలు మరియు వ్యతిరేక పదాలతో অসমীয়া నిఘంటువు నుండి ভৰোৱা అనే పదం యొక్క అర్థం.

ভৰোৱা   ক্ৰিয়া

అర్థం : কোনো বস্তু জ্বলাবৰ কাৰণে জুইত পেলাই দিয়া

ఉదాహరణ : আহাৰ তৈয়াৰ কৰাৰ সময়ত সীতাই বাৰে-বাৰে ভুচি আদি চৌকাটোত ভৰাই আছিল

పర్యాయపదాలు : দলিওৱা, নিক্ষেপ কৰা, পেলাই দিয়া

అర్థం : কোনো বস্তুৰ ভিতৰ ভাগ কোনো বস্তুৰে পূর্ণ ্কৰা কার্য

ఉదాహరణ : এই টেমাটোত সাত কিলো আটা সোমায়

పర్యాయపదాలు : সোমোৱা

అర్థం : খালী ঠাই আদি পূর্ণ কৰিবলৈ কোনো বস্তু আদি ঢলা কার্য

ఉదాహరణ : শ্রমিকসকলে ৰাস্তাৰ কাষৰ গাঁত পুতিছে

పర్యాయపదాలు : পূৰোৱা, পোতা, ভর্তি কৰা

అర్థం : কোনো বস্তু কিহবাৰ ওপৰত দিয়া

ఉదాహరణ : লʼৰাটোৱে মুখত কলমটো ভৰালে

అర్థం : খাটা, কাগজ আদিত লিখোৱা

ఉదాహరణ : তেওঁ ্পঞ্চায়তৰ সভাপতিক কৈ নিজৰ নামটো ভোটাৰ তালিকাত ভৰালে

పర్యాయపదాలు : লিখা, লিখোৱা

అర్థం : কাৰোবাক ভৰিবলে প্রবৃত্ত কৰোৱা

ఉదాహరణ : পুথি্ভঁ্ৰালৰ কিতাপ সময়ত ঘূৰাই নিদিয়া বাবে পুথি্ভঁ্ৰালৰ অধ্যক্ষই পঞ্চাশ টকা জৰিমণা ভৰালে

పర్యాయపదాలు : ভৰা