సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : যি অংগৰ দ্বাৰা প্রাণীয়ে থিয় হʼব পাৰে আৰু চলা-ফুৰা কৰিব পাৰে
ఉదాహరణ : মোৰ ভৰিৰ বিষ হৈছে ভকতে গুৰুৰ পদ-সেৱা লৈছে চৰণেহে জানে মৰণৰ ঠাই
పర్యాయపదాలు : অধমাঙ্গ, চৰণ, জানু, ঠেং, পদ
అర్థం : মানুহৰ ভৰিৰ সকলোতকৈ তলৰ অংশ যাৰ ওপৰত ভৰ দি মানুহে থিয় হʼব পাৰে আৰু খোজ কাঢ়িব পাৰে
ఉదాహరణ : কর্ম্্চাৰীজনে বিষয়াজনৰ ভৰিত পৰি কাকূতি কৰিবলৈ ধৰিলে
పర్యాయపదాలు : চৰণ, পদ, পাদ, পাৱ
ఆప్ స్థాపించండి