అర్థం : ভ্রমবশতঃ এটা বস্তুক অন্য এটা বস্তু বুলি বুজি পোৱা কার্য
ఉదాహరణ :
আন্ধাৰত ভ্রান্ত ধাৰণা হʼব পাৰে
అర్థం : কাৰোবাৰ প্রতি মনত উদয় হোৱা ভুল ধাৰণা
ఉదాహరణ :
আপোনাক লগপোৱাৰ পিছত মোৰ ভুল ধাৰণা দূৰ হʼল
పర్యాయపదాలు : ভুল ধাৰণা