సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : কোনো ঠাই আদিৰ চাৰিওফালে ঘূৰা কার্য
ఉదాహరణ : পৃথিৱীয়ে সূর্য্যৰ চাৰিওফালে প্রদক্ষিণ কৰাৰ ফলতেই দিন-ৰাতি হয়
పర్యాయపదాలు : প্রদক্ষিণ, পৰিক্রমণ, পৰিক্রমা, পৰিভ্রমণ
అర్థం : ঘূৰা-ফুৰা কার্য
ఉదాహరణ : ৰামে ইফালে-সিফালে বিচৰণ কৰি আছে
పర్యాయపదాలు : চলা-ফুৰা, বিচৰণ
అర్థం : এঠাইৰ পৰা অন্য কোনো দূৰৱর্তী ঠাইলৈ যোৱা কার্য
ఉదాహరణ : তেওঁৰ ্যাত্রা সফল হʼল তেওঁ ভ্রমণ কৰি আছে
పర్యాయపదాలు : চফৰ, যাত্রা
అర్థం : কোনো বিশেষ কামৰ নিৰীক্ষণৰ কাৰণে এঠাইৰ পৰা অন্য ঠাইলৈ যোৱা কার্য
ఉదాహరణ : প্রধানমন্ত্রীয়ে ভূমিকম্প গ্রস্ত এলেকাৰ ভ্রমণ কৰিবলে গৈছে
ఆప్ స్థాపించండి