సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : মুখৰ সহায়ত খাদ্য আদি পেটলৈ লৈ যোৱা কার্য
ఉదాహరణ : লʼৰাজনৰ ভাত খোৱা হʼল বেমাৰীজনে ঔষধটো গিলিলে
పర్యాయపదాలు : আহাৰ কৰা, খোৱা, গিলা, ভক্ষণ কৰা
అర్థం : ততাতৈয়াকৈ খোৱা কার্য
ఉదాహరణ : বাঘটোৱে শহাপহুটো ভক্ষণ কৰিলে
పర్యాయపదాలు : ভক্ষণ কৰা
అర్థం : বাহি থোৱা ভোজন গ্রহণ কৰা
ఉదాహరణ : কথা সমাপ্তিৰ পিছত ভক্ত সকলে শাৰী পাতি বহি খাই আছিল
పర్యాయపదాలు : খোৱা
ఆప్ స్థాపించండి