సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : কামনা-বাসনাত অতি বেছিকৈ লিপ্ত হৈ থকা ব্যক্তি
ఉదాహరణ : কামুকে জীৱনৰ সুখ শান্তি কাম-বাসনাৰ মাজত হে দেখা পাই
పర్యాయపదాలు : কামী, কামুক, বিষয়ী, লম্পট
అర్థం : যাৰ কামবাসনা বহুত
ఉదాహరణ : তেওঁ এজন ্কামুক ব্যক্তি
పర్యాయపదాలు : কামপৰবশ, কামবিহ্বল, কামমোহিত, কামাত্মা, কামান্ধ, কামার্ত, কামাসক্ত, কামী, কামীন, কামুক, বিষয়ী, লম্পট, ্কামাতুৰ, ্কামার্ত্ত, ৰতিপৰায়ণ, ৰতিবিহ্বল, ৰমণাভিলাষী
అర్థం : বিষয় আদিৰ ভোগ কৰোঁতা
ఉదాహరణ : বিষয়াসক্ত ব্যক্তি যদি অসংযমিত হৈ পৰে তেতিয়া তেওঁ ্ৰোগগ্রস্থ হৈ পৰে
పర్యాయపదాలు : বিষয়াসক্ত, বিষয়ী
ఆప్ స్థాపించండి