సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : যাৰ ভোক লাগিছে
ఉదాహరణ : আমি ভোকাতুৰক আহাৰ খুওৱা উচিত
ఉదాహరణ : মাকে ভোকাতুৰ শিশুটোক গাখীৰ খুৱাইছে
పర్యాయపదాలు : ক্ষুধাতুৰ, ক্ষুধান্বিত, ক্ষুধার্ত, ক্ষুধিত, বুভুক্ষিত, ভুকীয়া, ভুখাৰি, ভোকাল
అర్థం : যাৰ সদায় ভোক লাগি থাকে
ఉదాహరణ : ভোকাতুৰ ব্যক্তিয়ে সদায় কিবা নহয় কিবা খাই থাকে
అర్థం : যি ভোকত মৰো মৰো হয়
ఉదాహరణ : আজিকালি চহৰৰ ৰাস্তাত বহুতো ভোকাতুৰক ভিক্ষা খোজা দেখা যায়
పర్యాయపదాలు : ক্ষুধার্ত, ক্ষুধিত, ভোকত মৰা-, ্ভোকাল
ఆప్ స్థాపించండి