సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : প্রাণবায়ু উৰি যোৱা শৰীৰ
ఉదాహరణ : মৃত্যুৰ পিছত শৱ মাটিৰ সৈতে মিলি যায়
పర్యాయపదాలు : মৃতদেহ, মৰা শ, মৰাশ, লাচ, শ, শৱ, শৱ দেহ
అర్థం : নদী পাৰ হʼবৰ কাৰণে কাঠৰ পাত আদি একেলগে বান্ধি নাৱৰ দৰে ব্যৱহাৰ কৰা যতন
ఉదాహరణ : আমি ভূৰেৰে নদী পাৰ হʼলো
పర్యాయపదాలు : ভূৰ
ఆప్ స్థాపించండి