సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : কোনো দল বা মানুহৰ মাজত এজন আনজনৰ বিৰোধী হোৱা ভাব
ఉదాహరణ : কৌৰৱ-পাণ্ডৱৰ মাজত বিভেদ সৃষ্টি কৰি প্রতিশোধ লোৱাই শকুনি মামাৰ উদ্দেশ্য আছিল
పర్యాయపదాలు : অনৈক্য, অমিল, ফাট, বিভাজন, বিভেদ
అర్థం : সমান নোহোৱা অৱস্থা বা ভাব
ఉదాహరణ : এই দুয়োটা বস্তুৰ মাজত বহুত পার্থক্য আছে
పర్యాయపదాలు : অসমানতা, পার্থকয্, প্রভেদ, ভিন্নতা
ఆప్ స్థాపించండి