అర్థం : মৌন ৰূপেৰে
ఉదాహరణ :
আপুনি ইয়াত মনে মনে বহি থাকক
పర్యాయపదాలు : অগোচৰে, অজ্ঞাতসাৰে, অপ্রকাশ্যে, আঁতে আঁতে, আঁৰলে-নিৰলে, আঁৰে আঁৰে, আলচুলকৈ, কোনেও নজনাকৈ, গুপ্তভাৱে, গোপনে, চুপ-চাপ, চুপে-চাপে, চোৰাংকৈ, টিপতে, ঠাৰে-চিয়াঁৰে, ঠাৰে-ঠোৰে, তলে তলে, থাপ-থোপকৈ, থুপে থাকে, থোপে-গোপে, পেটে পেটে, ভিতৰে ভিতৰে, মনে মনে, লুকঢাককৈ, লুকাই লুকাই, লুকাই-চুৰকৈ, শান্তভাৱে, সংগোপনে, সংগোপে, সুত কৰে, সুতুক কৰে, সুৰুক কৰে
అర్థం : কোনো নির্দিষ্ট সময়, স্থান, সীমা আদিৰ মাজত থকা অৱস্থিতি
ఉదాహరణ :
মই দুঘণ্টাৰ ভিতৰতে ঘূৰি আহিম
పర్యాయపదాలు : অন্তৰি, ভিতৰত, ভিতৰতে, ্আঁহে-কোঁহে