సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : লʼৰা-ছোৱালীৰ লগত কৰা প্রেমপূর্ণ ব্যৱহাৰ
ఉదాహరణ : অত্যাধিক মৰমৰ বাবে লʼৰা-ছোৱালী নষ্ট হয়
పర్యాయపదాలు : মৰম
అర్థం : কাৰোবাক খুউব ভাল পাই সদায় তেওঁৰ্ লগত থাকিবলৈ প্রেৰণা দিয়া মনোবৃত্তি
ఉదాహరణ : প্রেম নিস্বার্থ ্ হʼব লাগে
పర్యాయపదాలు : অনুৰাগ, আসক্তি, পীৰিতি, প্রীতি, প্রেম, মহব্বত
అర్థం : স্ত্রী আৰু পুৰুষ জাতিৰ প্রাণীবোৰৰ মাজত থকা পাৰস্পৰিক স্নেহ যি বাজ্যিক ৰূপ, গুণ, সান্নিধ্য বা কামবাসনাৰ কাৰণে হয়
ఉదాహరణ : হীৰ ৰাঞ্জা, শিৰী ফৰহাদ, ঢ়োলা মাৰুৰ প্রেম অমৰ হৈ পৰিল
పర్యాయపదాలు : অনুৰাগ, প্রণয়, প্রীতি, প্রেম
ఆప్ స్థాపించండి