సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : * লাভপ্রদ ভাবে বা লাভ হোৱাকৈ
ఉదాహరణ : মোৰ ব্যৱসায় ঠিকে-ঠাকে চলি আছে
పర్యాయపదాలు : ঠিক-ঠাক, ঠিকে-ঠাকে, বঢ়িয়াকৈ
అర్థం : ভাল ধৰণেৰে বা যি প্রশংসাৰ যোগ্য হয়
ఉదాహరణ : আজি শচীনে ভাল খেলিলে
పర్యాయపదాలు : বঢ়িয়া, ভাল
అర్థం : * দুখ নোপোৱাকৈ বা আহত নোহোৱাকৈ
ఉదాహరణ : মোৰ ধেমালিবোৰ ভালদৰে লʼব
పర్యాయపదాలు : ভালধৰণে
అర్థం : পৰিচিত ৰূপত
ఉదాహరణ : মই মহেশক ভালদৰে জানোঁ
అర్థం : * সাবধানে বা শিষ্টাচাৰৰ সৈতে
ఉదాహరణ : আপোনাৰ লʼৰাটোৱে মোৰ লগত ভালদৰে কথা পাতিলে
ఆప్ స్థాపించండి