సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : অনুভব আৰু স্মৃতিৰে মনত জন্মা কোনো ভাব
ఉదాహరణ : নিজৰ ভাব অনুসৰি মানুহে আচৰণ কৰে
పర్యాయపదాలు : খিয়াল, খেয়াল, ভাব, মনোভাব
అర్థం : দোদুল্যমান, অশান্তি, কঠিনতা তথা ভয়ৰ পৰা ওপজা মনৰ অৱস্থা
ఉదాహరణ : মই এই কামটো কিমান সোনকালে শেষ কৰিব পাৰো দিনে-ৰাতিয়ে মোৰ তাৰেই চিন্তা হৈ থাকে
పర్యాయపదాలు : উগুল-থুগুল, খুদুৱনি, চিন্তা, চিন্তা-ভাৱনা, ভাবনি, ভাৱনা
ఆప్ స్థాపించండి