సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : অনুভব আৰু স্মৃতিৰে মনত জন্মা কোনো ভাব
ఉదాహరణ : নিজৰ ভাব অনুসৰি মানুহে আচৰণ কৰে
పర్యాయపదాలు : খিয়াল, খেয়াল, ভাবনা, মনোভাব
అర్థం : মনত উদয় হোৱা ভাব বা কোনো বিচাৰ
ఉదాహరణ : মনোভাবৰ ওপৰত নিয়ন্ত্রণ ৰখাটো কঠিন মনলৈ বিভিন্ন ধৰণৰ ভাব আহে
పర్యాయపదాలు : মনোভাব, মনোভাবনা, মানসিক ভাব
ఆప్ స్థాపించండి