సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : বহুমূলীয়া বা উৎকৃষ্ট বস্তুৰ সংগ্রহ
ఉదాహరణ : তেওঁৰ ওচৰত পুৰণি মুদ্রা, গহণা আদিৰ ভাণ্ডাৰ আছে
పర్యాయపదాలు : কোষ, কোষাগাৰ, ভঁৰ্াল, ভঁৰ্াল ঘৰ
అర్థం : বহুত ধন থকা কোষ বা স্থান
ఉదాహరణ : ডকাইতে কোষাগাৰত থোৱা সকলো ধন লুট কৰি লৈ গʼল
పర్యాయపదాలు : কোষ, কোষাগাৰ, খাজানা
అర్థం : সঞ্চিত ধন, জ্ঞান আদি
ఉదాహరణ : ককাদেউতা এটা চলমান জ্ঞানৰ ভাণ্ডাৰ
పర్యాయపదాలు : কোষ, খাজানা, নিধি
అర్థం : বস্তু বা সা-সম্পত্তি ৰখা ঘৰ:ভৰাঁল ঘৰত নিগনিৰ উৎপাত বাঢ়িছে
ఉదాహరణ :
పర్యాయపదాలు : গুদাম, গুদাম ঘৰ, ভঁ্ৰাল, ভঁ্ৰাল ঘৰ, মেৰ, মেৰ ঘৰ, ষ্টোৰ ৰুম
అర్థం : কোনো বিষয়ৰ জ্ঞান বা গুণ আদিৰ বহুত ডাঙৰ আগাৰ
ఉదాహరణ : সন্ত কবীৰ জ্ঞানৰ ভাণ্ডাৰ আছিল
పర్యాయపదాలు : ভঁ্ৰাল, সাগৰ
ఆప్ స్థాపించండి