పేజీ చిరునామాను కాపీ చేయండి ట్విట్టర్‌లో భాగస్వామ్యం చేయండి వాట్సాప్‌లో భాగస్వామ్యం చేయండి ఫేస్బుక్లో భాగస్వామ్యం చేయండి
గూగుల్ ప్లే లో పొందండి
ఉదాహరణలు, పర్యాయపదాలు మరియు వ్యతిరేక పదాలతో অসমীয়া నిఘంటువు నుండి ভাগ అనే పదం యొక్క అర్థం.

ভাগ   বিশেষ্য

అర్థం : সমষ্টি বা সমূহৰ কোনো অংশ

ఉదాహరణ : ইয়াৰ মাজ ভাগ কিছু শকত

పర్యాయపదాలు : অংশ

అర్థం : কম্পিউটাৰ চায়েন্সত এক বা একাধিক সংকেতৰ সমূহ যʼত তথ্য সু-শৃংখলিতভাৱে থাকে

ఉదాహరణ : কম্পিউটাৰে আজিৰ তাৰিখটোক দিন,মাহ আৰু বছৰ এই তিনিটা ক্ষেত্রত দেখুৱায়

పర్యాయపదాలు : ক্ষেত্র

అర్థం : কোনো অংগ বা অবয়বৰ এক, যাৰ সংযোগত বিভিন্ন বস্তু তৈয়াৰ কৰা হয়

ఉదాహరణ : এই যন্ত্রটোৰ সকলো খণ্ডই যন্ত্রালয়ত তৈয়াৰ কৰা

పర్యాయపదాలు : অংগ, অংশ, খণ্ড, টুকুৰা, বিভাগ

అర్థం : কোনো কামত সন্মিলিত হোৱা কার্য

ఉదాహరణ : তেওঁ খেল প্রতিযোগিতাত ভাগ নলয়

పర్యాయపదాలు : অংশগ্রহণ

అర్థం : কোনো সম্পত্তি বা তাৰ পৰা হোৱা আয়ৰ ভাগ বা অংশ

ఉదాహరణ : তেওঁ ্মোৰ অংশখিনিও ্হেঁচি থলে ইয়াত মোৰো ভাগ আছে

పర్యాయపదాలు : অংশ

అర్థం : ভাগ-বাটোৱাৰাত লাভ কৰা অংশ

ఉదాహరణ : মই নিজৰ অংশটোও ভাইটিটোক দি দিলোঁ

పర్యాయపదాలు : অংশ

అర్థం : দূৰলৈ পঠোৱা বা দূৰ কৰা কার্য

ఉదాహరణ : ভাগ ইয়াৰ পৰা, নহʼলে খুব মাৰ খাবি

పర్యాయపదాలు : যা, যা ভাগ

అర్థం : ফল আদিৰ কটা বা ফালি থোৱা খণ্ড

ఉదాహరణ : তেওঁ আপেলটোৰ চাৰি টুকুৰা কৰিলে

పర్యాయపదాలు : খণ্ড, টুকুৰা

అర్థం : কোনো গ্রন্থ, ইতিহাস বা মানৱ জীৱনৰ একোটা অংশক কৰা নামকৰণ:ভকতজনে তিথি উপলক্ষে কীর্ত্তনৰ পাঁচটা অধ্যায় ব্যাখ্যা কৰিলে

ఉదాహరణ :

పర్యాయపదాలు : অংক, অধ্যায়, অনুচ্ছেদ, আধ্যা, খণ্ড, ছেদ, পাঠ