సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : পানীৰ ্ সোঁতত পৰি তাৰ সৈতে অনবৰতে গৈ থকা
ఉదాహరణ : বানপানীত কিমান যে পশু উটি গৈছে
పర్యాయపదాలు : উটা, উটি যোৱা, উটি-ভাহি যোৱা, ওপঙা, বৈ যোৱা, ভাসমান হোৱা, ভাহি যোৱা
అర్థం : যি দ্রৱত উপঙি আছে
ఉదాహరణ : শিশুটোৱে পানীত উপঙি থকা কাগজৰ নাওখন দেখি হাত চাপৰি বজাইছিল
పర్యాయపదాలు : উপঙা, উপঙি থকা, প্লৱমান, ভাসন্ত, ভাসমান, ভাহি থকা
ఆప్ స్థాపించండి