పేజీ చిరునామాను కాపీ చేయండి ట్విట్టర్‌లో భాగస్వామ్యం చేయండి వాట్సాప్‌లో భాగస్వామ్యం చేయండి ఫేస్బుక్లో భాగస్వామ్యం చేయండి
గూగుల్ ప్లే లో పొందండి
ఉదాహరణలు, పర్యాయపదాలు మరియు వ్యతిరేక పదాలతో অসমীয়া నిఘంటువు నుండి ভমক అనే పదం యొక్క అర్థం.

ভমক   বিশেষ্য

అర్థం : দুখ বা অঘটন ঘটাব পৰা মনৰ এনে এক উগ্র অৱস্থা যাৰ প্রৰোচনাত পৰি মানুহে উচিত অনুচিত বিচাৰ নকৰি যি কোনো কামেই কৰিব পাৰে:খং উঠিলে মানুহে যিকোনো অঘটন ঘটাব পাৰে

ఉదాహరణ :

పర్యాయపదాలు : অমর্ষণ, কোপ, কোপাগ্নি, কোপানল, ক্রোধ, ক্রোধন, ক্রোধাগ্নি, ক্রোধানল, খং, খং-জুই, খং-ৰাগ, গোছা, জঁক, জঁকি, জমক, তক, তেজ, দ্বিতীয় ৰিপু, ফাই, ্ অমর্ষ, ৰাগ, ৰোষ, ৰোষ-কোপ, ৰোষ-বহ্নি, ৰোষানল

అర్థం : ক্রুব্ধ বা ক্ষুণ্ণ হোৱা অৱস্থা বা ভাব

ఉదాహరణ : তেওঁৰ ভমক দেখি মোৰ হাঁহি উঠিল

పర్యాయపదాలు : খং

అర్థం : জুইৰ আগ

ఉదాహరణ : অৰণ্যত জ্বলা জুইৰ শিখাই আকাশ চুইছে

పర్యాయపదాలు : অগ্নিচ্ছটা, অগ্নিশিখা, বহ্নিশিখা, শিখা