పేజీ చిరునామాను కాపీ చేయండి ట్విట్టర్‌లో భాగస్వామ్యం చేయండి వాట్సాప్‌లో భాగస్వామ్యం చేయండి ఫేస్బుక్లో భాగస్వామ్యం చేయండి
గూగుల్ ప్లే లో పొందండి
ఉదాహరణలు, పర్యాయపదాలు మరియు వ్యతిరేక పదాలతో অসমীয়া నిఘంటువు నుండి ভঙা అనే పదం యొక్క అర్థం.

ভঙা   ক্ৰিয়া

అర్థం : কোনো বস্তুক কেইবাটাও খণ্ডত খণ্ডিত কৰা বা কাম নাইকিয়া কৰি দিয়া

ఉదాహరణ : লাখুটিৰে মাৰি মাৰি গৰখীয়াটোৱে গাইজনীৰ ঠেংখন ভাঙি দিলে

పర్యాయపదాలు : ছিঙা, টুকুৰা কৰা, ভগা, ভাগি দিয়া, ভাঙি দিয়া

అర్థం : আঘাত কৰি বা মৰিয়াই কোনো বস্তুক টুকুৰা-টুকুৰ কৰা

ఉదాహరణ : এই কুঁহিয়াৰডাল সৰু-সৰু টুকুৰা কৰা

పర్యాయపదాలు : টুকুৰা কৰা

అర్థం : কোনো বস্তু টুকুৰা-টুকুৰ হোৱা

ఉదాహరణ : কাঁচৰ পাত্রটো হাতৰ পৰা পিছলখাই ভাঙিল

పర్యాయపదాలు : ভাঙি যোৱা

అర్థం : সম্বন্ধ আদি ভাঙি যোৱা

ఉదాహరణ : চালমাৰ বিয়াখন ভাঙি গʼল

అర్థం : কোনো অস্তিত্বত নথকা

ఉదాహరణ : গাঁৱৰ পুৰণি স্কুলখন ভাগিল

పర్యాయపదాలు : ভাঙি যোৱা

ভঙা   বিশেষণ

అర్థం : যিটো ভাঙিছে বা ভঙ্গ হৈছে

ఉదాహరణ : শিৱৰ ভঙা ধনুখন দেখি পৰশুৰাম কোপিত হʼল

పర్యాయపదాలు : খণ্ডিত, বিখণ্ডিত, ভগা, ভগ্ন, ভঞ্জিত

అర్థం : যিটো বাগৰি পৰিছে বা ভাঙি গৈছে

ఉదాహరణ : তেওঁ ভগ্ন ঘৰত জীৱন-যাপন কৰিবলৈ বাধ্য

పర్యాయపదాలు : দী্র্ণ, বিদী্র্ণ, ভগা, ভগা-ছিগা, ভগ্ন, ভঙা-ছিঙা