అర్థం : কোনো বস্তু আদিৰ বহুতো ভাগ কৰা
ఉదాహరణ :
চোৰে চুৰ কৰা সামগ্রীবোৰ ভগাই লʼলে
పర్యాయపదాలు : বিভাজন কৰা, ভাগ কৰা
అర్థం : অংশীদাৰ অনুসৰি কিবা পোৱা বা দিয়া
ఉదాహరణ :
আজি বিদ্যালয়ত মিঠাই ভগোৱা হʼব
పర్యాయపదాలు : বিতৰণ কৰা