సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : কোনো বস্তুক কেইবাটাও খণ্ডত খণ্ডিত কৰা বা কাম নাইকিয়া কৰি দিয়া
ఉదాహరణ : লাখুটিৰে মাৰি মাৰি গৰখীয়াটোৱে গাইজনীৰ ঠেংখন ভাঙি দিলে
పర్యాయపదాలు : ছিঙা, টুকুৰা কৰা, ভঙা, ভাগি দিয়া, ভাঙি দিয়া
అర్థం : পৃথক বা বেলেগ হোৱা
ఉదాహరణ : মুন্নাৰ এটা দাঁত ভাগিল
అర్థం : যিটো ভাঙিছে বা ভঙ্গ হৈছে
ఉదాహరణ : শিৱৰ ভঙা ধনুখন দেখি পৰশুৰাম কোপিত হʼল
పర్యాయపదాలు : খণ্ডিত, বিখণ্ডিত, ভগ্ন, ভঙা, ভঞ্জিত
అర్థం : যিটো বাগৰি পৰিছে বা ভাঙি গৈছে
ఉదాహరణ : তেওঁ ভগ্ন ঘৰত জীৱন-যাপন কৰিবলৈ বাধ্য
పర్యాయపదాలు : দী্র্ণ, বিদী্র্ণ, ভগা-ছিগা, ভগ্ন, ভঙা, ভঙা-ছিঙা
ఆప్ స్థాపించండి