సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : যি নিজৰ স্বার্থৰ ্বাবে কাৰোবাৰ সর্বনাশ কৰে
ఉదాహరణ : যেতিয়া ৰক্ষকেই ভক্ষক হৈ পৰে তেতিয়া কোনেও একো কৰিব নোৱাৰে
పర్యాయపదాలు : ভক্ষী
అర్థం : যিয়ে খায়
ఉదాహరణ : সিংহ এবিধ মাংসভোজী জন্তু
పర్యాయపదాలు : আহাৰার্থী, আহাৰী, খাওঁ্তা, খাদক, খাৱৈয়া, ভক্ষণকাৰী, ভক্ষী, ভক্ষ্য, ভোক্তা, ভোজক, ভোজনকাৰী, ভোজী
ఆప్ స్థాపించండి