సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : যি ঈশ্বৰ বা দেৱতা আদিৰ ভক্তি কৰে
ఉదాహరణ : তেওঁ হনুমানৰ ভক্ত
పర్యాయపదాలు : উপাসক, ভকত, সাধক, সেৱক
అర్థం : যিজনে পূজা কৰে
ఉదాహరణ : ভগৱানৰ প্রকৃত উপাসক সাংসাৰিক বন্ধনৰ পৰা মুক্ত হৈ পৰে
పర్యాయపదాలు : আৰাধক, উপাসক, পূজাৰী
అర్థం : কাৰোবাক দেৱতুল্য মানি ্তেওঁৰ ভক্তি কৰা বা তেওঁৰ পৰম মহত্ত্ব মানি চলা ব্যক্তি
ఉదాహరణ : তেওঁ ্গান্ধীজীৰ ভক্ত গান্ধীজী অহিংসাৰ পূজাৰী আছিল
పర్యాయపదాలు : উপাসক, পূজাৰী
ఆప్ స్థాపించండి