పేజీ చిరునామాను కాపీ చేయండి ట్విట్టర్‌లో భాగస్వామ్యం చేయండి వాట్సాప్‌లో భాగస్వామ్యం చేయండి ఫేస్బుక్లో భాగస్వామ్యం చేయండి
గూగుల్ ప్లే లో పొందండి
ఉదాహరణలు, పర్యాయపదాలు మరియు వ్యతిరేక పదాలతో অসমীয়া నిఘంటువు నుండి বৰ అనే పదం యొక్క అర్థం.

বৰ   বিশেষ্য

అర్థం : কোনো দেৱতা বা জ্যেষ্ঠজন প্রসন্ন হৈ কোনো অভিপ্রেত বস্তু বা সিদ্ধি প্রদান কৰা ক্রিয়া বা ভাৱ

ఉదాహరణ : মহাত্মাই তেওঁক পুত্রলাভৰ বৰ দিলে

పర్యాయపదాలు : বৰ দান, বৰদান

అర్థం : যিজন পুৰুষৰ বিবাহ হৈ আছে বা হৈ গৈছে

ఉదాహరణ : নিজৰ লʼৰাক দৰাৰ ৰূপত দেখি মাক প্রফুল্লিত হৈছিল

పర్యాయపదాలు : দৰা

అర్థం : স্ত্রীৰ দৃষ্টিত ্ তেওঁৰ বিবাহিত পুৰুষজন:শীলাৰ স্বামীয়ে খেতি কৰি নিজৰ পৰিয়ালটো পোহ-পাল দি আছে

ఉదాహరణ :

పర్యాయపదాలు : গিৰিয়েক, দৰা, পতি, পৈ, পৈয়েক, মতা, স্বামী

বৰ   বিশেষণ

అర్థం : যি পৰিমাণত বেছি

ఉదాహరణ : তেওঁৰ দুর্দশ্া দেখি মোৰ বৰ দুখ লাগিল তেওঁ ্ বহুত সম্পত্তিৰ অধিকাৰী

పర్యాయపదాలు : অগণন, অগাধ, অজস্র, অতি, অতিপাত, অতীব, অত্যধিক, অত্যন্ত, অধিক, অনেক, অসংখ্য, এগাল, কোটি কোটি, ঢেৰ, দেধাৰ, প্রগাঢ়, প্রচুৰ, বহু, বহুত, বাৰেপাচি, বিপুল, বিস্তৰ, বেছি, যথেষ্ট, লাখ লাখ, শ শ, সৰহ, হাজাৰ হাজাৰ, হাজাৰ-বিজাৰ