అర్థం : বিদ্যালয়ৰ শ্রেণীলমূহৰ বেৰত লগোৱা কʼলা বৰণৰ আখৰ লিখিব পৰা ফলক বিশেষ
ఉదాహరణ :
কৃষ্ণফলকত সদায় নীতি-বাক্য লিখা হয়
పర్యాయపదాలు : কৃষ্ণফলক, ব্লেকবোর্ড
అర్థం : লিখিবৰ বাবে ব্যৱহাৰ কৰা কাঠেৰে তৈয়াৰী কʼলা ৰঙৰ চাৰিচুকীয়া ফলক
ఉదాహరణ :
গুৰুজীয়ে কৃষ্ণফলকত গণিতৰ প্রশ্ন লিখি আছে
పర్యాయపదాలు : কৃষ্ণফলক