సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : কামত অহা বা লগা কার্য
ఉదాహరణ : আমাৰ দেশত চাউলৰ প্রয়োগ বেছিকৈ হয়
పర్యాయపదాలు : উপভোগ, প্রয়োগ
అర్థం : কোনো বস্তুক ব্যৱহাৰৰ কাৰণে অনা কার্য
ఉదాహరణ : যিটো উপদেশ দিয়া হৈছে তাক প্রয়োগ কৰা
పర్యాయపదాలు : কামত লগোৱা, প্রয়োগ
అర్థం : সামাজিক সম্বন্ধত বেলেগৰ লগত কৰা আচাৰ
ఉదాహరణ : তেওঁৰ ব্যৱহাৰ ভাল নহয়
పర్యాయపదాలు : আচৰণ, আলেখ-লেখ, গতি-গোত্র, গতি-বিধি, গতি-মতি, চলন-ফুৰণ, চাল-চলন, ধৰণ-কৰণ, মতি-বুদ্ধি, স্বভাৱ, স্বভাৱ-চৰিত্র, হাব-ভাব, ৰেহ-ৰূপ
అర్థం : মনৰ ভাব প্রকটিত হোৱা শৰীৰৰ এক স্থিতি
ఉదాహరణ : সহযাত্রীৰ আচৰণ দেখি আমি সচকিত হৈ পৰিলোঁ
పర్యాయపదాలు : আচৰণ, ধৰণ-কৰণ
ఆప్ స్థాపించండి