పేజీ చిరునామాను కాపీ చేయండి ట్విట్టర్‌లో భాగస్వామ్యం చేయండి వాట్సాప్‌లో భాగస్వామ్యం చేయండి ఫేస్బుక్లో భాగస్వామ్యం చేయండి
గూగుల్ ప్లే లో పొందండి
ఉదాహరణలు, పర్యాయపదాలు మరియు వ్యతిరేక పదాలతో অসমীয়া నిఘంటువు నుండి ব্যৱস্থা అనే పదం యొక్క అర్థం.

ব্যৱস্থা   বিশেষ্য

అర్థం : কোনো কাম ভালদৰে বা উচিত ধৰণে কৰা বা তাক সম্পূর্ণ কৰিবৰ কাৰণে আয়োজন কৰা কোনো কার্য

ఉదాహరణ : বিয়াত কইনাঘৰীয়াই বহুত ভাল ব্যৱস্থা কৰিছিল

పర్యాయపదాలు : আয়োজন

అర్థం : কোনো কাম ভালদৰে সম্পূর্ণ ্কৰা ব্যৱস্থা

ఉదాహరణ : ধর্মানুষ্ঠানৰ সকলো বন্দোবস্ত শ্যামে কৰিলে

పర్యాయపదాలు : প্রবন্ধ, বন্দোবস্ত

అర్థం : সমাজৰ দ্বাৰা নি্র্ধাৰিত কোনো কাম কৰাৰ এক বিশেষ প্রচলিত ৰীতি

ఉదాహరణ : এই কার্যালয়ৰ ব্যৱস্থা অতি শোচনীয়

పర్యాయపదాలు : ব্যৱস্থাপনা

అర్థం : আগতীয়াকৈ নিয়ম-শৃংখলাৰ মাজেৰে সংগঠিত কৰা অৱস্থা বা কাম:ব্যৱস্থাপনাৰ যোগেদি যিকোনো কামেই সহজে কৰিব পাৰি

ఉదాహరణ :

పర్యాయపదాలు : আয়োজন, বন্দৱস্ত, ব্যৱস্থাপনা

అర్థం : শাস্ত্র আদিৰ দ্বাৰা নি্র্ধাৰিত কোনো কামৰ বিধান

ఉదాహరణ : কামৰ আধাৰত নি্র্ধাৰণ কৰা বৈদিক যুগৰ চাৰি ্বর্ণ ব্যৱস্থা

అర్థం : এটাৰ আনটোৰ সৈতে সম্পর্ক ্থকা উপাদানেৰে গঠিত এক স্বতন্ত্র একক

ఉదాహరణ : সংৰক্ষণৰ দ্বাৰা শিক্ষা ব্যৱস্থা প্রভাবিত হয়