సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : যি বহুত উৎকণ্ঠিত
ఉదాహరణ : কোনো কথাতে ইমান সোনকালে অধীৰ হোৱা উচিত নহয়
పర్యాయపదాలు : অধীৰ, অধৈর্য, অধৈর্য্য, আতুৰ, কাতৰ
అర్థం : যি কোনো কাম বা কথাৰ বাবে উদ্বিগ্ন হয়
ఉదాహరణ : উদ্বিগ্ন মানুহজনে মুক্তি পাবৰ বাবে আত্মহত্যা কৰিলে
పర్యాయపదాలు : আকুল, উদ্বিগ্ন, ব্যগ্র
అర్థం : যি আৱেশেৰে ভৰি আছে
ఉదాహరణ : শিশুৰ প্রতি মাকৰ হৃদয় চেনেহত ব্যাকুল হৈ থাকে
పర్యాయపదాలు : আকুল, আবিষ্ট, আৱেগ-বিহ্বল
ఆప్ స్థాపించండి