అర్థం : যি ্বর্ণ স্বৰবর্ণৰ ্সহায় অবিহনে উচ্চাৰণ কৰিব পৰা নাযায়
ఉదాహరణ :
হিন্দী ্বর্ণ্্মালাত ক-ৰ পৰা হ-লৈকে সকলো বর্ণক ব্যঞ্জন বোলা হয়
పర్యాయపదాలు : ব্যঞ্জন বর্ণ
అర్థం : চাউল, ৰুটি আদিৰ লগত খোৱা পদার্থ
ఉదాహరణ :
উৎসৱত বিবিধ-বিবিধ প্রকাৰৰ ব্যঞ্জন তৈয়াৰ কৰা হয়
అర్థం : তেল বা ঘিঁউত ৰন্ধা কোনো ব্যঞ্জন
ఉదాహరణ :
উৎসৱত মালপোৱা, পুৰী আদি না-না ধৰণৰ ব্যঞ্জন বনোৱা হয়