పేజీ చిరునామాను కాపీ చేయండి ట్విట్టర్‌లో భాగస్వామ్యం చేయండి వాట్సాప్‌లో భాగస్వామ్యం చేయండి ఫేస్బుక్లో భాగస్వామ్యం చేయండి
గూగుల్ ప్లే లో పొందండి
ఉదాహరణలు, పర్యాయపదాలు మరియు వ్యతిరేక పదాలతో অসমীয়া నిఘంటువు నుండి ব্যঙ্গ কৰা అనే పదం యొక్క అర్థం.

ব্যঙ্গ কৰা   বিশেষ্য

అర్థం : পৰোক্ষ ৰূপত কাৰোবাক শুনাবৰ কাৰণে জোৰেৰে কোনো ব্যঙ্গাত্মক কথা কোৱা

ఉదాహరణ : তেওঁ ্ঠাট্টা কৰা অভ্যাসৰ পৰা আঁতৰি নাহে

పర్యాయపదాలు : ঠাট্টা কৰা, বিদ্রূপ কৰা

ব্যঙ্গ কৰা   ক্ৰিয়া

అర్థం : কাৰোবাক আমনি, দুখী বা নীচ বুলি প্রতিপন্ন কৰাৰ কাৰণে কোৱা কোনো কথা যাক স্পষ্টভাৱে নকʼলেও উক্ত ধৰণৰ অভিপ্রায় প্রকাশ পায়

ఉదాహరణ : মোহনৰ কৃপণালিক শ্যামে ব্যঙ্গ কৰিলে

పర్యాయపదాలు : ঠাট্টা কৰা