అర్థం : পানীৰ ধাৰাত এৰি দিয়া
ఉదాహరణ :
হিন্দুসকলে মৃতকৰ অস্থি নদীত বোৱাই দিয়ে
పర్యాయపదాలు : প্রৱাহিত কৰা
అర్థం : দ্রৱ পদার্থক তলৰপিনে বৈ যোৱাত প্রবৃত্ত কৰা
ఉదాహరణ :
লʼৰাটোৱে টেংকীত গোটখাই থকা পানীখিনি বোৱাই দিলে
పర్యాయపదాలు : প্রৱাহিত কৰা