సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : বোকা যুক্ত বা যʼত বোকা থাকে
ఉదాహరణ : ইয়াৰ মাটি বোকাময়
అర్థం : বোকাৰে ভৰি থকা
ఉదాహరణ : বাৰিষাকালত বোকাময় ৰাস্তাৰে যোৱাটো জটিল হৈ পৰে
పర్యాయపదాలు : পংকময়, পংকাকুল, পংকিল, পঙ্কময়, পঙ্কাকুল, পঙ্কিল
అర్థం : যʼত বোকা আছে
ఉదాహరణ : তেওঁ ্আন্ধাৰত এটা বোকাময় খালত সৰি পৰিল
పర్యాయపదాలు : পংকিল, পঙ্কিল
అర్థం : পুখুৰীৰ পানী বা বোকাৰ সৈতে সম্বন্ধিত
ఉదాహరణ : কুমাৰে বোকাময় মাটিৰে বাচন তৈয়াৰ কৰি আছে
ఆప్ స్థాపించండి