సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : সন্ন্যাস আশ্রমত থকা বা তাৰ নিয়ম পালন কৰা ব্যক্তি
ఉదాహరణ : চিত্রকূটত মই এজন ডাঙৰ সন্ন্যাসীক লগ পালো
పర్యాయపదాలు : সন্ত, সন্ন্যাসী, সাধু
అర్థం : যি সাংসাৰিক বস্তু তথা সুখৰ প্রতি ৰাগ অথবা আসক্তি একেবাৰে এৰি দিছে
ఉదాహరణ : জৰা, মৃত্যু আদি দেখাৰ পিছতহে ভগৱান বুদ্ধ সংসাৰৰ প্রতি বিৰক্ত হʼল
పర్యాయపదాలు : বিমুখ, বিৰক্ত, বিৰাগ, সন্যাসী
ఆప్ స్థాపించండి