అర్థం : অসভ্য ৰূপত
ఉదాహరణ :
শ্যামে বেয়াকৈ কʼলে যে তুমি ইয়াৰ পৰা গুচি যোৱা
పర్యాయపదాలు : অশিষ্টভাৱে, অসভ্যতঃ, অসভ্যভাৱে, শিষ্টাচাৰহীনভাৱে
అర్థం : বেয়া ধৰণে
ఉదాహరణ :
মানুহে তেওঁক ্বেয়াকৈ পিটিলে
అర్థం : বেয়া ধৰণে
ఉదాహరణ :
আমাৰ খেলুৱৈসকলে বেয়াকৈ খেলাৰ বাবে আমি খেলখনত হাৰিলো