అర్థం : কাৰোবাৰ বেয়া গুণ বা দোষ সম্পর্কে ্ কোৱা
ఉదాహరణ :
তেওঁ ্সদায় আনৰ নিন্দা কৰে
పర్యాయపదాలు : আঙুলি উঠোৱা, ঠাট্টা কৰা, থু থু কৰা, নিন্দা কৰা
అర్థం : নীতি পথৰ পৰা ভ্রষ্ট কৰা কার্য
ఉదాహరణ :
তেওঁ ্মোৰ লʼৰাটো বেয়া কৰিলে
అర్థం : বেয়া দশা বা অৱস্থালৈ অনা কার্য
ఉదాహరణ :
ৰঞ্জনে মোৰ ঘড়ীটো বেয়া কৰিলে
అర్థం : কোনো বস্তু তৈয়াৰ কৰাৰ সময়ত এনে ধৰণৰ ভুল ত্রুটি হোৱা যাৰ কাৰণে বস্তুটো ভাল নহয় বুলি সকলোৱে মানি লয়
ఉదాహరణ :
দর্জীজনে মোৰ কাপোৰ যোৰ বেয়া কৰিলে
పర్యాయపదాలు : নষ্ট কৰা