పేజీ చిరునామాను కాపీ చేయండి ట్విట్టర్‌లో భాగస్వామ్యం చేయండి వాట్సాప్‌లో భాగస్వామ్యం చేయండి ఫేస్బుక్లో భాగస్వామ్యం చేయండి
గూగుల్ ప్లే లో పొందండి
ఉదాహరణలు, పర్యాయపదాలు మరియు వ్యతిరేక పదాలతో অসমীয়া నిఘంటువు నుండి বেয়া কৰা అనే పదం యొక్క అర్థం.

বেয়া কৰা   ক্ৰিয়া

అర్థం : কাৰোবাৰ বেয়া গুণ বা দোষ সম্পর্কে ্ কোৱা

ఉదాహరణ : তেওঁ ্সদায় আনৰ নিন্দা কৰে

పర్యాయపదాలు : আঙুলি উঠোৱা, ঠাট্টা কৰা, থু থু কৰা, নিন্দা কৰা

అర్థం : নীতি পথৰ পৰা ভ্রষ্ট কৰা কার্য

ఉదాహరణ : তেওঁ ্মোৰ লʼৰাটো বেয়া কৰিলে

అర్థం : বেয়া দশা বা অৱস্থালৈ অনা কার্য

ఉదాహరణ : ৰঞ্জনে মোৰ ঘড়ীটো বেয়া কৰিলে

అర్థం : কোনো বস্তু তৈয়াৰ কৰাৰ সময়ত এনে ধৰণৰ ভুল ত্রুটি হোৱা যাৰ কাৰণে বস্তুটো ভাল নহয় বুলি সকলোৱে মানি লয়

ఉదాహరణ : দর্জীজনে মোৰ কাপোৰ যোৰ বেয়া কৰিলে

పర్యాయపదాలు : নষ্ট কৰা