సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : কোনো কোঠা বা মহলীয়া ঘৰৰ বেৰৰ পৰা ওলাই থকা অংশ
ఉదాహరణ : তেওঁ বৰষুণৰ পৰা ৰক্ষা পাবলৈ কার্ণিচৰ তলত থিয় হʼল
పర్యాయపదాలు : ওপৰ মহলাৰ বাৰাণ্ডা, কার্ণিচ, চজা
అర్థం : ঘৰৰ সন্মুখ বা দাঁতিৰ বাহিৰলৈ ওলাই থকা ছাঁ দিব পৰা অংশ
ఉదాహరణ : শ্যামে বাৰাণ্ডাত বহি চাহ খাই আছিল
పర్యాయపదాలు : অলিন্দ, আগচালি, বাৰাণ্ডা
ఆప్ స్థాపించండి