పేజీ చిరునామాను కాపీ చేయండి ట్విట్టర్‌లో భాగస్వామ్యం చేయండి వాట్సాప్‌లో భాగస్వామ్యం చేయండి ఫేస్బుక్లో భాగస్వామ్యం చేయండి
గూగుల్ ప్లే లో పొందండి
ఉదాహరణలు, పర్యాయపదాలు మరియు వ్యతిరేక పదాలతో অসমীয়া నిఘంటువు నుండి বেদনা అనే పదం యొక్క అర్థం.

বেদনা   বিশেষ্য

అర్థం : মনে অসন্তোষ আৰু কষ্ট পোৱা এনে এক অৱস্থা বা কথা যাৰ যোগেদি মনোকষ্ট লাঘৱৰ বাবে স্বাভাৱিক প্রবৃত্তিৰ মূর্ত ্ প্রকাশ ঘটে

ఉదాహరణ : দুখত পৰিলেহে ৰাম নাম লʼবলৈ মনত পৰে

పర్యాయపదాలు : অসুখ, কষ্ট, দুঃখ, দুখ, পীড়া, বেজাৰ, মনঃক্লেশ, মনস্তাপ, যাতনা, শোক, সন্তাপ

అర్థం : বিশেষকৈ হৃদয়জনিত উগ্র বা বহুত কষ্টদায়ক পীড়া

ఉదాహరణ : মোৰ হৃদয়ৰ বেদনা কোনেও নুবুজে

పర్యాయపదాలు : ক্লেশ, দর্দ, দৰদ, বিৰহ, ব্যথা

అర్థం : শৰীৰত আঘাত পালে, ঘা হʼলে অথবা মোচোকা খালে অনুভৱ হোৱা অৱস্থা

ఉదాహరణ : ৰোগীৰ কষ্ট দিনে-দিনে বাঢ়িহে গৈছে

పర్యాయపదాలు : কষ্ট, কৃচ্ছ্র, ক্লিষ্টতা, ক্লেশ, নিকাৰ, পীড়া, ব্যথা, যন্ত্রণা, যাতনা

అర్థం : আপোন ব্যক্তিৰ মৃত্যুত বা বিয়োগৰ কাৰণে মনত হোৱা কষ্ট

ఉదాహరణ : ৰামৰ বনবাসত সমগ্র অযোধ্যা নগৰীত শোকৰ ছাঁ পৰিল তেখেতৰ মৃত্যুত সকলো গণ্য-মান্য ব্যক্তিয়ে শোক প্রকাশ কৰিলে

పర్యాయపదాలు : অন্তর্দাহ, অসুখ, ক্লেশ, দুঃখ, দুখ, পীড়া, বিষাদ, বেজাই, বেজাৰ, ব্যথা, মনঃক্লেশ, মনস্তাপ, মনোকষ্ট, যন্ত্রণা, যাতনা, শোক, শোগ, সন্তাপ