అర్థం : ৰঙা আৰু নীলা ৰং মিহলাই উলিওৱা জামুক বা বেঙেনাৰ নিচিনা ৰং
ఉదాహరణ :
চিত্রকৰজনে চিত্রখনৰ অধিকাংশই বেঙুনীয়া ৰঙেৰে বুলাইছে
పర్యాయపదాలు : জামুক ৰং, বেঙ্গুনীয়া
అర్థం : বেঙেনা বা জামুকৰ দৰে ৰঙচুৱা নীলা ৰঙৰ
ఉదాహరణ :
বেঙুনীয়া ৰঙৰ কাপোৰে তেওঁক বৰ ্শুৱায়