సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : যি মাত্রা হিচাপত অধিক
ఉదాహరణ : মন্ত্রী মহোদয়ে এই বছৰ বহুত ডাঙৰ বাজেট উত্থাপন কৰি
పర్యాయపదాలు : গধুৰ, বহুত ডাঙৰ
అర్థం : দেখাত বিশাল আৰু সুন্দৰ
ఉదాహరణ : তাজমহল এটা জকমকীয়া প্রাসাদ
పర్యాయపదాలు : জকমকীয়া
అర్థం : বহুত ডাঙৰ
ఉదాహరణ : নি্র্বাচনত তেওঁৰ বৃহৎ পৰাজয় হʼল তেওঁ বিপুল সফলতা লাভ কৰিলে
పర్యాయపదాలు : ডাঙৰ, প্রভূত, বিপুল, বিৰাট
అర్థం : যিটো আকাৰ, মাত্রা আদিত বহুত ডাঙৰ
ఉదాహరణ : সুৰসাই হনুমানক ভয় খুৱাবৰ কাৰণে বিশাল ৰূপ ধাৰণ কৰিলে
పర్యాయపదాలు : বিশাল, বিৰাট, বৃহদ
ఆప్ స్థాపించండి