సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : যি বার্দ্ধক্য অৱস্থা লাভ কৰিছে বা যি বেছি বয়সীয়া
ఉదాహరణ : বুঢ়া মানুহক ইয়াত বিনামূলীয়াকৈ সেৱা আগবঢ়োৱা হয়
పర్యాయపదాలు : বুঢ়া, বুঢ়া মানুহ, বৃদ্ধ, বয়সীয়া মানুহ, বয়োবৃদ্ধ
అర్థం : যি বার্দ্ধক্য অৱস্থা লাভ কৰিছে বা যি পঞ্চাছ-ষাঠি বছৰ অতিক্রম কৰিছে
ఉదాహరణ : তেওঁ নিজৰ বুঢ়ী মাকৰ সেৱাত ব্রতী হৈছে
పర్యాయపదాలు : বর্ষীয়ান, বুঢ়া, বৃদ্ধ, বৃদ্ধলোক, বয়সীয়া, বয়সীয়াল, বয়স্ক, বয়স্থ, বয়োবৃদ্ধ
ఆప్ స్థాపించండి