అర్థం : বুলগেৰিয়াৰ অধিবাসী
ఉదాహరణ :
চাৰিজন বুলগেৰিয়ানক ইৰাকলৈ পুনৰ মাতি পঠিওৱা হৈছে
అర్థం : বুলগেৰিয়াৰ লোকৰ ভাষা
ఉదాహరణ :
সংযুক্তাই কম্পিউটাৰত বুলগেৰিয়ান শিকি আছে
పర్యాయపదాలు : বুলগেৰিয়া ভাষা
అర్థం : বুলগেৰিয়াৰ বা বুলগেৰিয়াৰ সৈতে সম্বন্ধ থকা
ఉదాహరణ :
তেওঁ নিজৰ টকা-পইচা বুলগেৰিয়ান বেংকত জমা কৰিছে