అర్థం : কাৰোবাক কি কৰা ভাল সেইয়া বুজোৱা কার্য
ఉదాహరణ :
মাকে তাক বহুত বুজালে কিন্তু ্তেওঁ একো নামানিলে
పర్యాయపదాలు : কোৱা
అర్థం : কোনো কথা আদি জানি লোৱা
ఉదాహరణ :
বহুত বুজোৱাৰ পিছতো তেওঁ এই প্রশ্নটোৰ উত্তৰ দিব নোৱাৰিলে
అర్థం : বোধ বা জ্ঞান উদয় হোৱা
ఉదాహరణ :
শিক্ষকে ছাত্র-ছাত্রীক গণিত বুজাইছে
అర్థం : কাৰোবাৰ বোধ হোৱাকৈ কথা কোৱা
ఉదాహరణ :
তেওঁ পথভ্রষ্ট শিশুবোৰক বুজাই আছে