సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : ভাষাৰ জ্ঞান থকা
ఉదాహరణ : মই তামিল নুবুজোঁ
పర్యాయపదాలు : বুজা
అర్థం : ধ্যান বা বোধলৈ অহা
ఉదాహరణ : এই কামটো মই পিছত কৰিম কাৰণ এতিয়া মই একো বুজি পোৱা নাই
అర్థం : অনুভব বা সংবেদন আদিৰ পৰা জ্ঞান লাভ কৰা
ఉదాహరణ : প্রসৱৰ বেদনা বাজীয়ে কি জানে ? মই আপোনাৰ কথা বুজি পাওঁ
పర్యాయపదాలు : জনা
అర్థం : কিহবাৰ স্বভাৱ বা গুণ আদি জনা
ఉదాహరణ : মই তেওঁক বুজিব পৰা নাই
పర్యాయపదాలు : জনা, বুজা
ఆప్ స్థాపించండి