అర్థం : অনুবীক্ষণ যন্ত্রৰ দ্বাৰা চাব পৰা খালী চকুৰে নেদেখা সূক্ষ্ম প্রাণী
ఉదాహరణ :
জীৱাণুৱে নানাধৰণৰ ৰোগ বিয়পায়
పర్యాయపదాలు : জীৱাণু
అర్థం : সাধাৰণ অনুবীক্ষণ যন্ত্রৰ দ্বাৰা নেদেখা আৰু নিজৰ পোষণ আৰু জননৰ বাবে পৰজীৱীৰ ৰূপত কোনো কোষৰ ভিতৰত থকা অতি সূক্ষ সংক্রামক জীৱ
ఉదాహరణ :
বীজাণুৰ পৰা কেইবা প্রকাৰৰো ৰোগ হয়
పర్యాయపదాలు : ভাইৰাচ
అర్థం : বতাহ, খোৱা-বস্তু, পানী আদিত মিহলি হৈ থকা এবিধ সূক্ষ্ম জীৱ যি অনেক ৰোগৰো মূল কাৰক
ఉదాహరణ :
বীজাণু মানুহৰ কাৰণে ঘাতক স্বৰূপ
పర్యాయపదాలు : জীৱাণু